February 27, 2025 8:24 PM

views 20

আহমেদাবাদৰ আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগালৰ

প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগালে যুৱ-যুৱতীসকলক জড়িত কৰা আৰু চহৰ অঞ্চলতো ৰেডিঅ'ৰ প্ৰচাৰ সম্প্ৰসাৰণ কৰাত গুৰুত্ব আৰোপ কৰে। শ্ৰী ছেহগালে আজি গুজৰাটৰ আহমেদাবাদত থকা আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন কৰি এই দৰে কয়। শ্ৰী ছেহগালে কেন্দ্ৰটোৰ ষ্টুডিঅ', বাতৰি আৰু অনুষ্ঠান বিভাগৰ কাৰ্যকলাপৰ পৰ্যালোচনা কৰে। অধ্যক্ষ শ্রী ছেহগালে এফ এম নেটৱৰ্কৰ সম্প্ৰসাৰণৰ জৰিয়তে ডিজিটেল ফুট প্ৰিণ্ট বৃদ্ধি কৰি প্ৰচাৰ ভাৰতীৰ সম্প্ৰসাৰণ কৰা প্ৰচেষ্টাক আলোকপাত কৰে। তেওঁ কেন্দ্ৰটোৰ বিষয়াসকলক যুৱক আৰু মহিলাসকলক সামৰি লোৱা উদ্...

August 10, 2024 7:32 PM

views 20

প্ৰসাৰ ভাৰতী বোৰ্ডৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগলৰ মুম্বাই আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন

প্ৰসাৰ ভাৰতী বোৰ্ডৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগলে আজি মুম্বাইৰ আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন কৰে আৰু আকাশবাণী তথা দূৰদৰ্শনৰ বিষয়ে বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত শ্ৰী ছেহগলে বিষয়াসকলক অনুষ্ঠান প্রস্তুত কৰাৰ সময়ত শ্ৰোতাসকলৰ ৰুচিৰ কথা বিবেচনা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। দেশৰ চুকে-কোণে আকাশবাণীক ভালপোৱা লোক আছে বুলি উল্লেখ কৰি অধক্ষ্যগৰাকীয়ে মহিলা, যুৱ প্ৰজন্ম আৰু খেতিয়কসহ বিভিন্ন শ্রেণীৰ শ্ৰোতাৰ বাবে অনুষ্ঠান প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰে। তেওঁ লগতে পৰিৱৰ্তিত জীৱনশৈলী অনুযায়ী একাংশ অনুষ্ঠানৰ পৰ্য...