January 1, 2026 7:37 PM

views 10

বিশিষ্ট সাংবাদিকসকলৰে ‘নতুন দিনৰ আলাপ” শীৰ্ষক সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলীৰে নিৰ্মাণ হ'বলগীয়া চাৰিলেনযুক্ত টুইন টিউব টানেলটোত দুটা লেনযুক্ত ৰে'লপথ সংযোজন কৰাত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। প্ৰতিবছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকসকলৰ সৈতে ‘নতুন দিনৰ আলাপ” শীৰ্ষক সংবাদমেলত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া পৰামৰ্শ অনুযায়ী অর্থনৈতিক পৰিক্ৰমা বিষয়ক মন্ত্রীসভা সমিতিয়ে এই টানেলটোত ৰে'লপথ সংযোগ কৰাৰ সিদ্ধান্ত লৈছে। ১২ হাজাৰ কোটি...