June 29, 2025 8:55 PM
15
কলকাতা আইন মহাবিদ্যালয়ত হোৱা দলবন্ধ ধৰ্ষণৰ গোচৰৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ মহাবিদ্যালয়খন পৰিদৰ্শন
কলকাতা আইন মহাবিদ্যালয়ত হোৱা দলবন্ধ ধৰ্ষণৰ গোচৰৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত আজি ড০ অৰ্চনা মজুমদাৰৰ নেতৃত্বত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এটা দলে মহাবিদ্যালয়খন পৰিদৰ্শন কৰে। আইন মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীগৰাকীক কালি এই গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হয়। ইয়াকে লৈ মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীৰ কক্ষৰ ভিতৰত হোৱা এই অপৰাধৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা চাৰিলৈ বৃদ্ধি পাইছে। দক্ষিণ কলকাতা আইন মহাবিদ্যালয়ৰ এগৰাকী ২৪ বছৰীয়া ছাত্ৰীক যোৱা ২৫ জুনত প্ৰতিষ্ঠানখনৰ নিৰাপত্তাৰক্ষীৰ কক্ষত এগৰাকী প্রাক্তন ছ...