November 22, 2025 12:02 PM

views 26

আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় কল্যাণ সন্মিলন ২০২৫

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টি বম্বে আৰু উচ্চ শিক্ষা বিভাগে আজিৰ পৰা দুদিনীয়া ৰাষ্ট্ৰীয় কল্যাণ সন্মিলন ২০২৫ৰ আয়োজন কৰিছে। এই বৃহৎ সমাৱেশত ২০ খন আই আই টি, ৬খন আই আই আই টি, আৰু ৮খন আই আই এমকে ধৰি ৮২খন উচ্চ শিক্ষানুষ্ঠানক একত্রিত কৰা হ'ব। এই সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১৪১ গৰাকী অধ্যাপক আৰু ১৩০ জন ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে। সন্মিলনখনৰ কাৰ্যসূচীত তিনিটা গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই আলোচনা চক্ৰৰ বিষয়বস্তুসমূহৰ ভিতৰত ভাৰতীয় উচ্চ শিক্ষাৰ ভৱিষ্যত, মানসি...