March 27, 2025 9:17 PM

views 10

গুৱাহাটীৰ নেডফী অভিৱৰ্তন কেন্দ্ৰত ৰাষ্ট্ৰীয় জনজাতি চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱ

জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উদ্যোগত অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানে আজিৰ পৰা ২৯ মাৰ্চলৈ গুৱাহাটীৰ নেডফী অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা ৰাষ্ট্ৰীয় জনজাতি চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱ আজি ভৈয়াম আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। ধর্তি আৱা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি এই মহোৎসৱৰ আয়োজন কৰা হৈছে। সাহিত্য মহোৎসৱত পদ্মশ্ৰী সন্মানেৰে বিভূষিত অনিল বড়ো আৰু পেট্ৰিচিয়া মুখিমকে ধৰি ভালেসংখ্যক বিশিষ্ট সাহিত্যিকে অংশগ্রহণ কৰিব। এই মহোৎসৱত চ...