November 1, 2024 12:26 PM
14
নেচনেল ষ্টক একছেঞ্জ আৰু বোম্বে ষ্টক একচেঞ্জৰ বাৰ্ষিক দিৱালী মুহূৰত ট্রেডিং সত্ৰৰ আয়োজন
নেচনেল ষ্টক একছেঞ্জ আৰু বোম্বে ষ্টক একচেঞ্জে আজি বাৰ্ষিক দিৱালী মুহূৰত ট্রেডিং সত্ৰৰ আয়োজন কৰিব। এই বিশেষ সত্ৰৰে নতুন বর্ষপঞ্জী চম্বত ২০৮১ আৰম্ভ হ'ব। নেচনেল ষ্টক একছেঞ্জে জাৰি কৰা জাননি অনুসৰি সন্ধিয়া ৫ বাজি ৪৫ মিনিটৰ পৰা ৬ বজালৈ বিশেষ প্ৰাক্ সত্ৰৰ আয়োজন কৰা হ'ব আৰু সন্ধিয়া ৬ বজাৰ পৰা ৭ বজালৈ স্বাভাৱিক ট্রেডিং সত্ৰ চলিব। ভাৰতীয় শ্বেয়াৰ বজাৰে দিপাৱলীৰ দিনা মুহূৰত ব্যৱসায় সত্ৰৰ আয়োজন কৰে আৰু সাধাৰণতে প্ৰায় এই সত্ৰ এঘণ্টা চলে। বিনিয়োগকাৰী আৰু ব্যৱসায়ীসকলৰ বাবে এই সত্ৰ বিনিয়োগৰ শুভক্ষণ ব...