August 21, 2024 6:56 PM

views 25

দেশজুৰি অহা ২৩ আগষ্টত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হ’ব ‘ৰাষ্ট্রীয় মহাকাশ দিৱস’

অহা ২৩ আগষ্টত দেশজুৰি প্ৰথমবাৰৰ বাবে ৰাষ্ট্রীয় মহাকাশ দিৱস উদযাপন কৰা হ'ব। দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে- চন্দ্ৰপৃষ্ঠক স্পর্শ কৰাৰ লগতে জীৱনকো স্পর্শ কৰা- ভাৰতৰ মহাকাশ গাথা। এই বিষয়বস্তুৱে মহাকাশ অন্বেষণৰ ফলত সমাজ আৰু প্ৰযুক্তিৰ ওপৰত পৰা গভীৰ প্রভাৱক উজলাই তুলিছে। ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্রীয় মহাকাশ দিৱস উপলক্ষে নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'বলগীয়া মূল কাৰ্যসূচী মুকলি কৰিব। ৰাষ্ট্রীয় মহাকাশ দিৱসৰ মূল কাৰ্যসূচীৰ পূর্বাভাস দিবলৈ নতুন দিল্লীত আয়োজন কৰা সংবাদমেলত কেন্দ্ৰীয় মহাক...