August 23, 2025 1:46 PM

views 24

আজি দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস

আজি দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস। সমগ্ৰ দেশতে এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই দিনটোৱে চন্দ্ৰযান-৩ অভিযানৰ বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণ আৰু ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰত প্ৰজ্ঞান ৰভাৰ সফলতাৰে কঢ়িয়াই নিয়াৰ স্মৃতিক সোঁৱৰায়। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চতুৰ্থখন ৰাষ্ট্ৰ আৰু দক্ষিণ মেৰুৰ কাষ চপা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে ভাৰত পৰিগণিত হৈছে। এই দিৱসৰ এইবছৰৰ বিষয়বস্তু হৈছে- "আৰ্য্যভট্টৰ পৰা গগণযানলৈ: প্রাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ।" ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ লগত সংগতি ৰাখি কালি নতুন ...

August 23, 2024 1:18 PM

views 32

সমগ্ৰ দেশত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

সমগ্ৰ দেশত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীৰ ভাৰত মণ্ডপমত হবলগীয়া এই দিৱসৰ মূল অনুষ্ঠান মুকলি কৰে। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে Touching Lives while Touching the Moon : India's Space Saga অর্থাৎ চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পৰ্শ কৰা - ভাৰতৰ মহাকাশ যাত্ৰা৷ এই বিষয়বস্তুৱে সমাজ আৰু প্ৰযুক্তিৰ ওপৰত মহাকাশ অন্বেষণৰ গভীৰ প্ৰভাৱক প্ৰতিফলিত কৰিছে। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ৰাষ্ট্ৰপতিয়ে ৰ'বটিক্স প্রতিযোগিতা আৰু ভাৰতীয় মহাকাশ হেক...