September 15, 2025 8:29 PM

views 18

এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী উপলক্ষে দেশজুৰি অভিযন্তা দিৱস পালন

খ্যাতনামা অভিযন্তা, শিক্ষাবিদ, ভাৰতৰত্ন সন্মানেৰে সন্মানিত এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী উপলক্ষে আজি অভিযন্তা দিৱস পালন কৰা হৈছে। দেশৰ উন্নয়ন আৰু কাৰিকৰী প্ৰগতিৰ ক্ষেত্ৰত অভিযন্তাসকলে আগবঢ়াই অহা অৰিহণাৰ প্রতি সন্মান প্ৰদৰ্শন কৰি এই দিৱস উদযাপন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱস উপলক্ষে আজি এম বিশ্বেশ্বৰীয়াৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তা যোগে শ্রী মোদীয়ে কয়, যে খ্যাতনামা অভিযন্তাগৰাকীৰ অসাধাৰণ বুদ্ধিমত্তাই ভাৰতীয় অভিযান্ত্রিক ক্ষেত্ৰত অম্লান স্বাক্...