December 4, 2024 12:29 PM

views 11

৬৮ সংখ্যক স্কুল নেচনেল গেমছ নেটবলত অংশগ্ৰহণৰ বাবে গোলাঘাট জিলাৰ কেইবাজনো খেলুৱৈ নির্বাচিত

ৰাষ্ট্ৰীয় স্কুল গেমছৰ নেটবলৰ বাছনি প্ৰক্ৰিয়াত ৬৮ সংখ্যক স্কুল নেচনেল গেমছ নেটবলত অংশগ্ৰহণৰ বাবে ১৪, ১৭ আৰু ১৯ বছৰ অনুৰ্ধৰ ল'ৰা-ছোৱালীৰ শাখাত গোলাঘাট জিলাৰ কেইবাজনো খেলুৱৈ নির্বাচিত হৈছে। সদৌ অসম নেটবল সন্থাৰ অন্তৰ্গত কেইবাখনো জিলাৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় স্কুল নেটবল খেলত গোলাঘাট জিলাৰ হৈ অংশগ্ৰহণ কৰাৰ লগতে গোলাঘাট জিলা নেটবল সন্থাৰ সভাপতি অঞ্জন কুমাৰ বৰা আৰু সম্পাদক ঘনকান্ত গগৈৰ নেতৃত্বত যোৱা ল'ৰা আৰু ছোৱালী দলটোৰ ২১ গৰাকী খেলুৱৈ নিৰ্বাচিত হৈ গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছ...