May 14, 2025 10:04 AM
নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ দুজন সদস্যক গ্ৰেপ্তাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ
ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (এন আই এ) নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। বিগত বৰ্ষৰ নৱেম্বৰত মণিপুৰৰ জিৰিবাম জিলাত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰা আৰু বহুকেইটা ...