August 15, 2025 8:06 PM

views 19

লালকিল্লাত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসত প্রধানমন্ত্ৰীৰ ভাষণ

ভাৰতে এতিয়াৰে পৰা তেজ আৰু পানী একেলগে ববলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে বুলি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। দিল্লীৰ ঐতিহাসিক লালকিল্লাত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসত দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। প্ৰধানমন্ত্রী মোদীয়ে কয় যে সিন্ধু চুক্তি অন্যায় আছিল বুলি দেশবাসীয়ে এতিয়া উপলব্ধি কৰিছে। ভাৰতে এতিয়া আৰু পাৰমাণৱিক ভাবুকিৰ ওচৰত সেও নামানে বুলি প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। স্বাধীনতা দিৱস আশা আৰু আকাংক্ষাৰ উৎসৱ বুলি উল্লেখ কৰি তেওঁ কয়, যে ১৪০ কোটি ভাৰতীয়ৰ সংকল্প আৰু ...