November 8, 2024 11:51 AM

views 15

যোৰহাটৰ কাকজান আৰু মেলেঙৰ লগতে জিলাখনৰ ভিন্ন স্থানত বেৰিকেডৰ ব্যৱস্থা

শীতকাল আৰু কুঁৱলীৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি পথ সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা যোৰহাটৰ কাকজান আৰু মেলেঙৰ লগতে জিলাখনৰ ভিন্ন স্থানত বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে। জিলাখনত ভিন্ন স্থানত ঘাইপথসমূহৰ নিৰ্মাণকাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত চালকৰ সুবিধাৰ্থে ৰাষ্ট্ৰীয় ঘাইপথ নির্দেশনা, ট্রেফিক ডাইভার্জন ব’ৰ্ডে বেৰিকেডৰ ব্যৱস্থা কৰিছে। শীতকালৰ সময়ছোৱাত সম্পূৰ্ণ হোৱা পথত ষ্ট্রীট লাইটসমূহ সন্ধিয়া হোৱাৰ আগতে নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথ...