November 4, 2025 7:45 PM November 4, 2025 7:45 PM
16
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী দলৰ ৰাজ্যজুৰি ৰূপায়ণ কৰা ধর্মঘট কার্যসূচী অব্যাহত
সমান কামৰ সম দৰমহাৰ লগতে কেইবাটাও দাবীৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীৰ দলে কালিৰে পৰা ৰাজ্যজুৰি ৰূপায়ণ কৰা কৰ্মবিৰতি আৰু অৱস্থান ধর্মঘট কার্যসূচী আজিও অব্যাহত থাকে। শিৱসাগৰ জিলাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা, সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কর্মচাৰীসকলে কাৰ্যসূচীত আজিও অংশ লয়। সম দৰমহা আৰু নিয়মীয়া কৰ্মচাৰীৰ দৰে গ্ৰেছুইটিৰ দাবীৰে ৩ দিনীয়াকৈ এই কাৰ্যসূচী পাপন কৰা হৈছে। ধেমাজী জিলাতো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে আজি দ্ব...