January 29, 2025 8:11 PM

views 10

উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি দ্বিতীয় দিন

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি দ্বিতীয় দিনা বিভিন্ন শাখাৰ অৰ্হতা অৰ্জনকাৰী খেলসমূহ সম্পন্ন হয়। মহিলাৰ দহ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত হাৰিয়ানাৰ ৰমিতা জিন্দালে আজি নতুন বিশ্ব অভিলেখ স্থাপন কৰে। তেওঁ ৬৩৪ দশমিক ৯ পইণ্ট সংগ্ৰহ কৰি পেৰিছ অলিম্পিকত কোৰিয়াৰ বান হাঅ'জিনৰ ৬৩৪ দশমিক ৫ পইণ্টৰ অভিলেখ ভংগ কৰে । ৰমিতাই পৰৱৰ্তী ৰাউণ্ডত এই ধাৰা অব্যাহত ৰাখিলে দেশে এগৰাকী বিশ্বমানৰ শ্বুটাৰ লাভ কৰাটো নিশ্চিত হৈছে। মহিলাৰ খো খো প্রতিযোগিতাত কর্ণাটকে উত্তৰাখণ্ডক ৪১-১২ পইণ্টত পৰাজ...