February 7, 2025 11:28 AM February 7, 2025 11:28 AM

views 7

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ৰাজ্যৰ ৪গৰাকী বক্সাৰৰ নিজ নিজ শাখাৰ ফাইনেলত প্ৰৱেশ

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ প্ৰতিযোগিতাত কালি অসমৰ ৪ গৰাকী বক্সাৰে নিজ নিজ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰীয় ক্রীড়াৰ ইতিহাসত নতুন অভিলেষ গঢ়ি পোন প্ৰথমবাৰৰ বাবে অসমৰ ৪ গৰাকী বক্সাৰে ফাইনেলত প্ৰৱেশৰ গৌৰৱময় সফলতা অৰ্জন কৰিছে। তাৰকা বস্কাৰ শিৱ থাপাই চেমি ফাইনেলত মহাৰাষ্ট্ৰৰ প্ৰতিদ্বন্দিক ৫-০ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে। একেদৰে অভিনৱ শ‍ইকীয়াই দিল্লীৰ প্ৰতিদ্বন্দিক ৫-০ ৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে। তাৰকা বক্সাৰ লাভলীনা বৰগোহাই নাগালেণ্ডৰ বক্...