February 15, 2025 11:42 AM

views 17

৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ সামৰণি; শীৰ্ষস্থানত ছাৰ্ভচেছ, ৩৪টা পদকেৰে ২৪সংখ্যক স্থানত অসম

উত্তৰাখণ্ডৰ হল্ডৱানীত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ কালি সামৰণি পৰে। এই ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত তিনিটা সোণ, ১৫টা ৰূপ আৰু ১৬টা ব্ৰঞ্জসহ মুঠ ৩৪টা পদকেৰে অসম পদক তালিকাৰ ২৪ সংখ্যক স্থানত থাকে। এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ছাৰ্ভিচেছে ৬৮টা সোণ, ২৬টা ৰূপ আৰু ২৭ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১২১ টা পদকেৰে শীৰ্ষ স্থান দখল কৰে। একেদৰে মহাৰাষ্ট্ৰই মুঠ ২০১ টা পদকেৰে দ্বিতীয় আৰু হাৰিয়ানাই মুঠ ১৫৩ টা পদকেৰে তৃতীয় স্থান লাভ কৰে৷ ৩৯ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহ মেঘালয়ত অনুষ্ঠিত হ'ব। ভাৰতীয় অলি...