April 20, 2025 8:08 PM

views 18

ৰাজ্যত ১৪ এপ্ৰিলৰ পৰা পালন কৰা অগ্নি নির্বাপক সেৱা সপ্তাহৰ সামৰণি

ৰাজ্যত যোৱা ১৪ এপ্ৰিলৰ পৰা পালন কৰা অগ্নি নির্বাপক সেৱা সপ্তাহৰ আজি সামৰণি পৰে। এই সময়ছোৱাত ৰাজ্যৰ অগ্নি আৰু আপদকালীন সেৱা সঞ্চালকালয়ে অগ্নিকাণ্ডৰ পৰা হাত সাৰি থাকিবৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ লগতে ৰাইজক জুই লগা ঘটনাৰ পৰা হাত সাৰিবলৈ বিভিন্ন বিভিন্ন পৰামৰ্শ জাৰি কৰিছে। তদুপৰি ঘৰৰ পৰা ওলাই যোৱাৰ আগতে সকলো বৈদ্যুতিক সা-সঁজুলি আৰু ৰন্ধন গেছৰ ৰেগুলেটৰ বন্ধ কৰি যাবলৈও কোৱা হৈছে। ৰন্ধন গেছৰ চিলিণ্ডাৰত জুই লাগিলে আতংকিত নহয় ন’বটো বন্ধ কৰিবলৈ আৰু জ্বলি থকা চিলি...

April 19, 2025 8:13 PM

views 11

ৰাজ্যত কাইলৈ অগ্নি নির্বাপক সেৱা সপ্তাহৰ সামৰণি

ৰাজ্যত যোৱা ১৪ এপ্ৰিলৰ পৰা পালন কৰা অগ্নি নির্বাপক সেৱা সপ্তাহৰ কাইলৈ সামৰণি পৰিব। এই সময়ছোৱাত ৰাজ্যৰ অগ্নি আৰু আপদকালীন সেৱা সঞ্চালকালয়ে অগ্নিকাণ্ডৰ পৰা হাত সাৰি থাকিবৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ লগতে ৰাইজক জুই লগা ঘটনাৰ পৰা হাত সাৰিবলৈ  বিভিন্ন পৰামৰ্শ জাৰি কৰিছে। এই অনুসৰি বিদ্যুতৰ বিভিন্ন আহিলাসমূহ নিয়মীয়াকৈ পৰীক্ষা কৰাৰ উপৰি শ্বৰ্ট চাৰ্কিটৰ পৰা হাত সাৰি থাকিবলৈ মিনিয়েচাৰ চাৰ্কিট ব্যৱহাৰৰ পৰামৰ্শ দিছে। তদুপৰি ঘৰৰ পৰা ওলাই যোৱাৰ আগতে সকলো বৈদ্যুতিক সা...