September 23, 2025 7:41 PM

views 27

২০২৩ বৰ্ষৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ প্রদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত আজি ২০২৩ বৰ্ষৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ প্রদান কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্রখ্যাত অভিনেতা, পৰিচালক তথা প্রযোজক মোহন লালক চলচ্চিত্র জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হয়। হিন্দী চলচ্চিত্র টুৱেল্ভথ ফে’ললৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হয়। শ্রেষ্ঠ হিন্দী চলচ্চিত্ৰ বঁটা কঁঠাললৈ আগবঢ়োৱা হয়। জৱান ছবিত কৰা অভিনয়ৰ বাবে শ্বাহৰুখ খানক আৰু টুৱেল্ভথ ফে’লত কৰা অভিনয়ৰ বাবে বিক্রান্ত মেচিক যুটীয়াভাৱে শ্রেষ্ঠ অ...

October 8, 2024 6:57 PM

views 20

২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত ২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিছে। এই উপলক্ষে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে। কানাড়া ছবি কান্তাৰাত কৰা অনবদ্য অভিনয়ৰ বাবে ঋষভ ছেট্রিক শ্রেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হৈছে। লগতে নিত্যা মেননক তামিল ছবি তিৰুচিত্রাম্বলমত আৰু মানসী পাৰেখক গুজৰাটী ছবি কাটছ্ এক্সপ্ৰেছত কৰা মননশীল অভিনয়ৰ বাবে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান...