September 23, 2025 7:41 PM
26
২০২৩ বৰ্ষৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ প্রদান
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত আজি ২০২৩ বৰ্ষৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ প্রদান কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্রখ্যাত অভিনেতা, পৰিচালক তথা প্রযোজক মোহন লালক চলচ্চিত্র জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হয়। হিন্দী চলচ্চিত্র টুৱেল্ভথ ফে’ললৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হয়। শ্রেষ্ঠ হিন্দী চলচ্চিত্ৰ বঁটা কঁঠাললৈ আগবঢ়োৱা হয়। জৱান ছবিত কৰা অভিনয়ৰ বাবে শ্বাহৰুখ খানক আৰু টুৱেল্ভথ ফে’লত কৰা অভিনয়ৰ বাবে বিক্রান্ত মেচিক যুটীয়াভাৱে শ্রেষ্ঠ অ...