December 23, 2024 12:35 PM

views 13

আজি ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন কৰা হৈছে। দেশৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিঙৰ স্মৃতিত প্ৰতি বছৰে ২৩ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় কৃষক দিৱস ৰূপে উদযাপন কৰা হয়। এই বিশেষ দিনটোত খাদ্য সুৰক্ষা সুনিশ্চিতকৰণ, গ্ৰাম্য অৰ্থব্যৱস্থা সৱলীকৰণ আৰু দেশৰ কৃষি ঐতিহ্য সংৰক্ষণত কৃষকসকলৰ ভূমিকাক স্মৰণ কৰা হয়। উল্লেখযোগ্য যে কৃষকসকলৰ ভূমিকাক সন্মান যাঁচি তেওঁলোকৰ আর্থ সামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত প্রধানমন্ত্রী কৃষক সন্মান নিধি, প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু...