May 16, 2024 8:49 PM

views 38

আজি ৰাষ্ট্ৰীয় ডেংগি দিৱস, ৰাজ্যত ভিন্ন স্থানত কাৰ্যসূচীৰ আয়োজন

আজি ৰাষ্ট্ৰীয় ডেংগি দিৱস৷ ডেংগি সন্দৰ্ভত জনসাধাৰণৰ মাজত সচেতনতা আৰু সতৰ্কতা বৃদ্ধি কৰাৰ লগতে প্ৰতি বছৰে আজিৰ দিনটোত বিভিন্ন সজাগতা সভা, বাটৰ নাট আদি অনুষ্ঠিত কৰি হয়। এই বছৰৰ ডেংগি দিৱসৰ বিষয় বস্তু- সম্প্ৰদায়ৰ সৈতে সংযোগ স্থাপন, ডেংগি নিয়ন্ত্রণ। দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো ৰাষ্ট্ৰীয় ডেংগি দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। চিৰাং জিলা ৰাষ্ট্ৰীয় সেৱা সমিতিৰ উদ্যোগত কাজলগাঁৱত এই দিৱস পালন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত সভাত বিশিষ্ট ব্যক্তিসকলে ডেংগি ৰোগৰ কা...