May 24, 2024 2:29 PM

views 18

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৬ সংখ্যক পাঠ্যক্ৰমৰ কেডেটৰ পাছিং আউট পেৰেডৰ আয়োজন

মহাৰাষ্ট্ৰৰ পুণেৰ খাড়কৱাছালাত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৬ সংখ্যক পাঠ্যক্ৰমৰ কেডেটসকলৰ পাছিং আউট পেৰেডৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত সেনাবাহিনীৰ মুৰব্বী, জেনেৰেল মনোজ পাণ্ডে উপস্হিত থাকে। উল্লেখযোগ্য যে কালি হাবিবুল্লাহ ভৱনত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ ১৪৬ সংখ্যক পাঠ্যক্ৰমৰ সমাৱৰ্তন অনুষ্ঠিত হয়। হিমাচল প্ৰদেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ড০ শত প্ৰকাশ বানচল অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সমাৱৰ্তনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ মুঠ ২০৫ গৰাকী কেডেটক সন্মানীয় ...