January 7, 2026 1:07 PM January 7, 2026 1:07 PM
3
গ্ৰেটাৰ নয়ডাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত এলীট পুৰুষ আৰু মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ
গ্ৰেটাৰ নয়ডাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এলীট পুৰুষ আৰু মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী পূজা ৰাণী আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ যদুমণি সিঙে সহজ জয়লাভ কৰে যদিও টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু অমিত পংঘলে পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশৰ বাবে কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। উল্লেখযোগ্য যে, পুৰুষ আৰু মহিলাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ একেলগে একে স্থানতে প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছে, য'ত দেশৰ বিভিন্ন প্ৰান্তৰ ৬০০ৰো অধিক খেলুৱৈয়...