January 5, 2025 6:53 PM

views 21

বিলুপ্তপ্রায় পক্ষী প্রজাতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পক্ষী দিৱস পালন

 বিভিন্ন বিলুপ্তপ্রায় পক্ষী প্রজাতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে দেওবাৰে ৰাষ্ট্ৰীয় পক্ষী দিৱস পালন কৰা হয়। অসমতো পক্ষী দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ১১ পৰা ১৩ জানুৱাৰীলৈ স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পূব অসম বন্যপ্রাণী বন সংমণ্ডল, নগাঁও বন্যপ্রাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্রাণী সংমণ্ডল এলেকাত ষষ্ঠবাৰৰ বাবে এই বিশেষ পক্ষী গণনা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ড...