February 10, 2025 1:28 PM

views 121

আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস

আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। এই বিশেষ উপলক্ষত বিদ্যালয়লৈ যোৱা শিশুসকলক বিদ্যালয়তে পেলুনাশক বড়ি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আজি শিক্ষানুষ্ঠানত অনুপস্থিত থকা শিশুসকলক অহা ১৭ ফেব্ৰুৱাৰীলৈ এই বড়ি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি আশা আৰু অংগনবাড়ীৰ কৰ্মীসকলে সকলো অংগনবাড়ী কেন্দ্ৰৰ উপৰি গৃহ পৰিদৰ্শনৰ জৰিয়তে ১ৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশু তথা কিশোৰ-কিশোৰীক পেলু মুক্ত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পেলুৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ হাতৰ নখ চাফা আৰু চুটি কৰি ৰখা, খোৱ...

March 31, 2024 7:02 PM

views 41

দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী দলৰ মিত্ৰজোট আই এন ডি আই এৰ প্ৰতিবাদী সমাবেশ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰকে ধৰি কেইবাটাও বিষয়ক লৈ বিৰোধী দলৰ মিত্ৰজোট আই এন ডি আই এ আজি দিল্লীৰ ৰামলীলা ময়দানত সমাবেশৰ আয়োজন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই সমাবেশত অংশগ্ৰহণ কৰি কেইবাজনো বিৰোধী নেতাই দৃঢ়তাৰে কৈছে যে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে এই সমাবেশৰ আয়োজন কৰা হৈছে। যোৱা বছৰৰ জুন মাহত পাৰ্টনাত মিত্ৰজোট গঠন হোৱাৰ পাছত আই এন ডি আই এৰ নেতাসকলৰ এইখনেই হব প্ৰথমখন ৰাজহুৱা সভা। ভাৰতীয় জনতা পাৰ্টীয়ে বিৰোধীৰ এই সমাবেশৰ তীব্ৰ বিৰোধিতা কৰি কৈছে যে এয়া কোনো গণতন্ত্ৰ ৰ...