November 24, 2024 6:56 PM

views 9

গুৱাহাটীৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত ২ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ নটসূৰ্যৰ অষ্টবিংশতিতম নাট সমাৰোহ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত অহা ২ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ নটসূৰ্যৰ অষ্টবিংশতিতম নাট সমাৰোহৰ আয়োজন কৰা হৈছে। নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত সাহিত্য একাডেমী বঁটাপ্রাপক, নৃত্যাচার্য পদ্মশ্ৰী সন্মানেৰে সন্মানিত যতীন গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশ ল'ব। উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাস্কৰ বৰুৱাৰ দ্বাৰা ৰচিত মলখু শীর্ষক নাটখন প্রদর্শন কৰা হ'ব। এইবাৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক আৰু অভিনেতা লিয়াকত আলীক গিয়াছ উদ্দিন আহমেদ স্মাৰক বঁটা প্ৰদান কৰা হ'ব। ...

November 23, 2024 8:55 PM

views 15

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২-৬ ডিচেম্বৰলৈ ‘নটসূৰ্য’ৰ অষ্টবিংশতিতম নাট সমাৰোহ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অহা ২ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ নটসূৰ্যৰ অষ্টবিংশতিতম নাট সমাৰোহৰ আয়োজন কৰা হৈছে। নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত সাহিত্য একাডেমী বঁটাপ্রাপক, নৃত্যাচাৰ্য পদ্মশ্ৰী সন্মানেৰে সন্মানিত যতীন গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশ ল'ব। উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাস্কৰ বৰুৱাৰ দ্বাৰা ৰচিত মলখু শীৰ্ষক নাটখন প্ৰদৰ্শন কৰা হ'ব। এইবাৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক আৰু অভিনেতা লিয়াকত আলীক গিয়াছ উদ্দিন আহমেদ স্মাৰক বঁটা প্ৰদান কৰা হ'ব। ...