August 25, 2024 11:17 AM August 25, 2024 11:17 AM
11
২০২৫ চনৰ ফেব্ৰুৱাৰীত স্পেচএক্সৰ জৰিয়তে পৃথিৱীলৈ উভতিব মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী উইলমৰ
নাছাৰ দুগৰাকী মহাকাশচাৰী, সুনীতা উইলিয়ামছ আৰু বেৰী উইলমৰে ২০২৫ চনৰ ফেব্ৰুৱাৰীত স্পেচএক্সৰ জৰিয়তে পৃথিৱীলৈ উভতি আহিব। তেওঁলোকে আঠ দিনীয়া অভিযানত মহাকাশলৈ গৈছিল যদিও বয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ সমস্যাৰ বাবে এতিয়া প্রায় আঠ মাহ কক্ষপথত কটাব। নাছাই ঘোষণা কৰিছে যে, ষ্টাৰলাইনাৰখনে মানৱবিহীনভাৱে অবিহনে পৃথিৱীলৈ উভতি আহিব। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰাৰ সময়ত মহাকাশযানখনে হিলিয়াম লিক আৰু থ্রাষ্টাৰৰ বিসংগতিকে ধৰি সমস্যাৰ সন্মুখীন হৈছিল। বয়িং আৰু নাছাৰ অভিযন্তাসকলে ষ্টাৰলাইনাৰৰ সৈতে কাৰিক...