October 15, 2024 11:11 AM October 15, 2024 11:11 AM

views 6

সৰ্ববৃহৎ মহাকাশ যান ইউৰোপা ক্লিপাৰ সফলতাৰে উৎক্ষেপণ

নাছাই মহাকাশ অভিযানৰ বাবে নিৰ্মাণ কৰা সৰ্ববৃহৎ মহাকাশ যান ইউৰোপা ক্লিপাৰ সফলতাৰে উৎক্ষেপণ কৰিছে। বৃহস্পতি গ্ৰহৰ উপগ্ৰহ ইউৰোপাত অভিযান চলাব এই মহাকাশযানখনে। ৫ বছৰ ৬ মাহত ২ দশমিক ৯ বিলিয়ন কিলোমিটাৰ যাত্ৰা কৰি সৌৰশক্তিচালিত যানখনে ২০৩০ চনত বৃহস্পতি গ্ৰহৰ কক্ষপক্ষত প্ৰৱেশ কৰিব। বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ নামেৰে মহাকাশ যানখনৰ নামকৰণ কৰা হৈছে।