May 7, 2024 2:44 PM May 7, 2024 2:44 PM
18
ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছেঃ প্ৰধানমন্ত্ৰী
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছে। মধ্য প্ৰদেশৰ খাৰগনেত এখন জনসভাত ভাষণ দি শ্রী মোদীয়ে কয় যে আই এন ডি আই জোঁটে তেওঁলোকৰ বংশানুক্রমিকতা অব্যাহত ৰখাৰ বাবেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিৰোধী মৰ্চাৰ নেতাসকলে দেশ আৰু জনসাধাৰণৰ প্ৰতি থাকিবলগীয়া আগ্রহ হেৰুৱাই পেলাইছে বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। ভাষণ প্ৰসংগত শ্ৰী মোদীয়ে এন ডি এ চৰকাৰে যোৱা ১০ বছৰত সমাজৰ দুৰ্বল শ্ৰেণী, জনজাতি, কৃষক আৰু মহিলাসকলৰ বাবে গ্ৰহণ কৰা বিভিন্...