September 11, 2024 2:49 PM September 11, 2024 2:49 PM
3
বৰ্তমানৰ যুগটো হ’ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবঃ মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বৰ্তমানৰ যুগটো হ'ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে, দেশত ব্যৱহৃত সংশ্লিষ্ট প্ৰতিটো সঁজুলিতে ভাৰতত নিৰ্মিত চিপ ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে চিপৰ উৎপাদন বৃদ্ধিৰ প্ৰতি চৰকাৰে মনোনিৱেশ কৰিছে। গ্ৰেটাৰ নয়দাত ছেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ দেশত বৈদ্যুতিন আৰু অৰ্ধপৰিবাহী উদ্...