May 21, 2024 11:28 AM

views 19

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত ২৫ হাজাৰৰো অধিক মহিলাৰ সৈতে মতবিনিময় কৰিব

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত ২৫ হাজাৰৰো অধিক মহিলাৰ সৈতে মতবিনিময় কৰিব। সম্পূর্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ত আয়োজিত মাতৃশক্তি সন্মিলনত শ্ৰীমোদীয়ে মহিলা চিকিৎসক, শিক্ষক, ব্যৱসায়ী, আইনবিদ আৰু খেলুৱৈসকলৰ সৈতে মতবিনিময় কৰিব। এঘণ্টাজোৰা এই সন্মিলনত পৰিচালনাকে ধৰি অন্যান্য সকলো কামকাজত মহিলাসকলে মূল ভূমিকা পালন কৰিব। আজি নিশাটো তেওঁ বাৰাণসীত কটাই কাইলৈ উত্তৰ প্ৰদেশত আন দুটা ৰেলীক সম্বোধন কৰিব। শ্রীমোদীয়ে এইবাৰ তৃতীয়বাৰৰ বাবে বাৰাণসীৰ...