April 10, 2025 7:09 PM

views 10

নৰেন্দ্ৰ মানক তাহাৰুৰ ৰানাৰ বিচাৰৰ বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি

কেন্দ্ৰীয় চৰকাৰে মুম্বাইত সংঘটিত ২৬-১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত তাহাৰুৰ ৰানাৰ বিচাৰ আৰু আনুসংগিক গোচৰৰ বাবে নৰেন্দ্ৰ মানক বিশেষ চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি দিছে। কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ দিল্লীৰ বিশেষ আদালতকে ধৰি সংশ্লিষ্ট আদালতসমূহত অনুসন্ধানকাৰী সংস্থাটোৰ হৈ অংশগ্ৰহণ কৰাৰ বাবে নৰেন্দ্ৰৰ মানক ৩ বছৰৰ বাবে দায়িত্ব অর্পণ কৰা হৈছে। অভিযুক্ত সন্ত্ৰাসবাদীজন আজি ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা গ্ৰহণ ...