May 5, 2025 6:33 PM May 5, 2025 6:33 PM
9
৩ দিনীয়া ভ্ৰমণ সামৰি জাপানৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলটো অসমৰ পৰা উভতি গৈছে
জাপানৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেন্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰ'ৰ নেতৃত্বত দেশখনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলটো আজি ৩ দিনীয়া ভ্ৰমণ সামৰি অসমৰ পৰা উভতি গৈছে। ৰাজ্যৰ ক্ৰীড়া আৰু যুৱকল্যাণ মন্ত্রী নন্দিতা গালোচাৰ লগতে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলে বৰঝাৰৰ লোকপ্রীয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত তেওঁলোকক আনুষ্ঠানিকভাৱে বিদায় ম্ভাষণ জনায়। দলটোৱে কালি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, মন্ত্রী পীযূষ হাজৰিকা আৰু বিমল বৰাৰ উপস্থিতিত দলটো...