November 16, 2025 8:27 PM

views 33

নতুন দিল্লীৰ যমুনা ক্রীড়া প্রকল্পত নমো ৰানৰ শুভাৰম্ভ

কর্পোৰেট পৰিক্ৰমা ৰাজ্যমন্ত্রী হর্ষ মালহোট্রাই আজি নতুন দিল্লীৰ যমুনা ক্রীড়া প্রকল্পত নমো ৰানৰ শুভাৰম্ভ কৰে। সংসদ খেল মহোৎসৱ ২০২৫ৰ অংশৰূপে আয়োজন কৰা এই অনুষ্ঠানত ছহেজাৰৰো অধিক নাগৰিকে অংশগ্ৰহণ কৰে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে প্রকাশ কৰা মতে পথ সুৰক্ষা, সুস্বাস্থ্য আৰু যুৱক-যুৱতীৰ অংশগ্রহণক মূল বিষয়বস্তু হিচাপে লৈ এই দৌৰৰ আয়োজন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত শ্রীমালহোট্টাই কয় যে এই পদক্ষেপে সকলো বয়সৰ লোকৰ মাজত শাৰীৰিক কচৰতক উৎসাহিত কৰাৰ লগতে বাট-পথত দায়বদ্ধ আচৰণৰ এটা সংস্কৃতি গঢ়ি তোলাৰ বা...