December 4, 2024 12:07 PM

views 25

নামিবিয়াত নেতুম্ব নাণ্ডি দিয়াতা দেশখনৰ নতুন ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত

দক্ষিণ-পশ্চিম আফ্ৰিকাৰ দেশ নামিবিয়াত শাসনাধিস্থিত ছাউথ-ৱেষ্ট আফ্রিকা পিপলছ অর্গেনাইজেছন চমুকৈ স্বাপো দলৰ নেতা নেতুম্ব নাণ্ডি দিয়াতা দেশখনৰ নতুন ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছে। নামিবিয়াৰ অষ্টমগৰাকী ৰাষ্ট্ৰপতিৰূপে নির্বাচিত ৭২ বছৰীয়া দিয়াতা হৈছে প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি। সদ্যসমাপ্ত ৰাষ্ট্ৰপতি নিৰ্বাচনত দিয়াতাই ৫৭ শতাংশ ভোট লাভ কৰি নিৰ্বাচিত হৈছে। ১৯৯০ চনত তেতিয়াৰ বৰ্ণবাদী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সেই সময়ৰ ৰোডেছিয়াৰ স্বাধীনতা সংগ্রামত অন্যতম অগ্রণী ভূমিকা গ্ৰহণ কৰা দিয়াতাই ইতিপূৰ্বে না...