January 2, 2025 6:36 PM
কৃষকসকলৰ বিভিন্ন সমস্যাসমূহৰ সন্দৰ্ভত নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত সভা অনুষ্ঠিত
নলবাৰী জিলাৰ উদ্যানশস্যৰ সৈতে জড়িত কৃষকসকলৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে আলোচনা কৰি ইয়াৰ সমাধান উলিওৱাৰ উদ্দেশ্যে আজি নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত এখন সভা অনুষ্ঠিত হয়। অসম উদ্যানশস্য ...