July 5, 2025 8:45 PM
20
নেহাল মোদীক প্ৰশাসনে গ্ৰেপ্তাৰ কৰা বুলি ভাৰতক অৱগত আমেৰিকান প্ৰশাসনৰ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগে পলাতক অর্থনৈতিক অপৰাধী নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক কালি আমেৰিকান প্ৰশাসনে গ্ৰেপ্তাৰ কৰা বুলি ভাৰতক অৱগত কৰিছে। বিধি বলৱৎকাৰী সঞ্চলকালয় আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে যুটীয়াভাৱে প্ৰত্যাপনৰ বাবে অনুৰোধ জনোৱাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ৷ বিধি বলৱৎকাৰী সঞ্চলকালয়ে কৈছে, যে আমেৰিকাৰ ন্যায় ব্যৱস্থাত দাখিল কৰা অভিযোগ অনুসৰি দুটা গোচৰত নেহাল মোদীৰ প্ৰত্যাপনৰ বিচাৰ প্ৰক্ৰিয়া চলাই থকা হৈছে। ক'লা ধন বৈধ কৰণ আৰু অপৰাধমূলক ষড়যন্ত্ৰ এই দুটা গোচৰত বিচাৰ প...