August 19, 2025 7:04 PM

views 17

নগাঁৱত ৰাজ্যত শিক্ষক নিযুক্তিৰ সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ তদন্ত

ৰাজ্যত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত একাংশ প্ৰাৰ্থীয়ে ভূৱা প্ৰমাণ পত্ৰ দাখিল কৰি চাকৰি লাভ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ সন্দৰ্ভত আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ এটা দলে নগাঁৱত তদন্ত কৰে। নগাওঁ সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হৈ তদন্তকাৰী দলটোৱে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদৰ বাবে আবেদন কৰা একাংশ প্রার্থীয়ে জমা দিয়া নথি পত্ৰ পৰীক্ষা কৰে। উল্লেখযোগ্য যে একাংশ প্রার্থীয়ে মধ্য প্ৰদেশৰ এখন বিশ্ববিদ্যালয়ৰ পৰা ভূৱা প্ৰমাণপত্ৰ দাখিল কৰাৰ অভিযোগ উঠিছিল। অসমৰ ৫ খন জিলাৰ ৩১ গৰা...