August 19, 2025 7:04 PM
1
নগাঁৱত ৰাজ্যত শিক্ষক নিযুক্তিৰ সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ তদন্ত
ৰাজ্যত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত একাংশ প্ৰাৰ্থীয়ে ভূৱা প্ৰমাণ পত্ৰ দাখিল কৰি চাকৰি লাভ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ সন্দৰ্ভত আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ এটা দলে নগাঁৱত তদন্ত কৰে...