April 10, 2025 8:09 PM April 10, 2025 8:09 PM

views 6

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° নগেন ঠাকুৰৰ দেহাৱসান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, ভাষাতত্ববিদ, লেখক, কবি, সম্পাদক ড° নগেন ঠাকুৰৰ আজি দেৰগাঁৱৰ নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। ১৯৩৯ চনত ২৯ আগষ্টত জন্মগ্ৰহণ কৰা প্ৰয়াত ঠাকুৰৰ অসমীয়া ভাষা বিষয়ক ১৩ খন গ্রন্থ প্রণয়ন কৰি উলিওৱাৰ লগতেপালি প্ৰাকৃত অপভ্ৰংশ আৰু অসমীয়া ভাষা বিষয়ক গৱেষণামূলক গ্ৰন্থৰে ভাষাটোলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ মিখাইল ছলোকভৰ এণ্ড কুৱাইট ফ্ল’জ দা ডন নামৰ উপন্যাসখনৰ অসমীয়া অনুবাদ ধীৰে বৈ যায় ডন এখন বহুপাঠিত গ্রন্থ। উল্লেখযোগ্য ...