June 2, 2025 7:58 PM
বানৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা প্রশাসনৰ ১১৫ খন বিদ্যালয় স্বাভাৱিক অৱস্থা ঘূৰি নহা পৰ্যন্ত বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি
নগাঁও জিলা প্রশাসনে বানৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ ১১৫ খন বিদ্যালয় স্বাভাৱিক অৱস্থা ঘূৰি নহা পৰ্যন্ত বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। জিলাখনত সাম্প্রতিক বানত যাতায়াত ব্যৱস্থা ব্যাহত হো...