February 4, 2025 1:01 PM

views 12

নগাঁৱৰ ছাপানালাৰ ছম্পাৱতী জলপ্ৰপাতৰ ওচৰত কাইলৈৰ পৰা দুদিনীয়াকৈ মহাকুণ্ডমেলা

নগাঁও জিলাৰ ছাপানালাৰ ছম্পাৱতী জলপ্ৰপাতৰ ওচৰত কাইলৈৰ পৰা দুদিনীয়াকৈ মহাকুণ্ডমেলাৰ আয়োজন কৰা হৈছে। মেলা উদযাপন সমিতিয়ে প্ৰকাশ কৰা মতে এই মেলাত অংশ ল'বলগীয়া লোকসকলৰ সুবিধাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নগাঁও জিলাৰ পুৰণি গুডামৰ গড়মূৰ তিনিআলিৰ পৰা ১৫ কিলোমিটাৰ পূব দিশত অৱস্থিত প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ছাপানালা অঞ্চললৈ অগণন লোকৰ সমাগম হয়। নগাঁও কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী চোৱাং বনাঞ্চলৰ লেমলেবি নামৰ পাহাৰখনৰ বুকুৰে নামি অহা চম্পাৱতী জলপ্ৰপাতত মাঘ মাহৰ শুক্লা সপ্তমী তিথিত স্নান কৰিলে ...