September 1, 2024 7:52 PM

views 15

নগাঁও জিলাৰ বিভিন্ন অঞ্চলত মীন বিভাগৰ বিভিন্ন মীন পালন প্রকল্প পৰিদৰ্শন

নগাঁও জিলাৰ বিভিন্ন অঞ্চলত আজি মীন বিভাগে অভিযান চলাই বিভিন্ন মীন পালন প্রকল্প পৰিদৰ্শন কৰে। জিলা মীন বিভাগে জুৰীয়া, দ' গাঁও, গদাইমাৰী, মেলেকা ধিং আদি অঞ্চলৰ পুখুৰীসমূহৰ পানীৰ নমুনা সংগ্ৰহ কৰে। মীন বিষয়াসকলে প্ৰকাশ কৰা মতে অঞ্চলটোৰ মাছৰ পুখুৰীসমূহৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত আজি পানীৰ নমুনা পৰীক্ষা কৰা হয়। বিষয়াসকলে জনোৱা অনুসৰি এই পুখুৰীসমূহত ইউৰিয়া সাৰৰ উপস্থিতি পোৱা হোৱা নাই। অৱশ্যে সংগ্ৰহ কৰা পানীৰ নমুনা পৰীক্ষাৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি তেওঁলোকে প্ৰকাশ ...