July 17, 2025 1:46 PM
নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ জল আৰু অনাময় অভিযানৰ সভা
নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ সভাকক্ষত জিলা পৰ্যায়ৰ জল আৰু অনাময় অভিযানৰ দ্বিতীয়খন সভা অনুষ্ঠিত হয়। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভি...