October 9, 2025 8:54 PM
20
নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ
মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে আজি নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত অভিযান চলাই এগৰাকী বিষয়াক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰা পেলায়। লোকজন আয়ুষ মিছনৰ জিলা আঁচনি বিষয়া শ্ৰৱণ কুমাৰ বৰা বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে এই লোকজনে আয়ুষ মিছনৰ নথিৰ নামত ১০ হাজাৰ টকাকৈ সংগ্ৰহ কৰি আহিছিল। এগৰাকী চিকিৎসকৰ অভিযোগৰ ভিত্তিত আজি তদাৰকী শাখাই অভিযান চলাই ১০ হাজাৰ টকা লোৱা অৱস্থাত বিষয়াজনক তেওঁৰ কাৰ্যালয়তে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি ...