December 1, 2024 6:02 PM

views 18

নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, যে ঐতিহ্য, উদ্ভিদ তথা প্ৰাণীৰে চহকী নাগালেণ্ড এখন সাহসী ৰাজ্য। বিভিন্ন উন্নয়নমূলক ক্ষেত্ৰত নাগলেণ্ডৰ অগ্ৰগতিৰ প্ৰশংসা কৰি শ্ৰীমতী মুৰ্মুৱে ৰাজ্যখনৰ জনসাধাৰণক শান্তিপূৰ্ণ সমৃদ্ধিশালী আৰু প্ৰগতিশীল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে প...

December 1, 2024 12:27 PM

views 17

নাগালেণ্ডত আজি ৬২ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন

চুবুৰীয়া ৰাজ্য নাগালেণ্ডে আজি ৬২ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰিছে। ১৯৬৩ চনৰ আজিৰ দিনটোতে নাগালেণ্ড ভাৰতৰ ১৬ নম্বৰ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল। এই ঐতিহাসিক দিনটোক স্মৰণ কৰি ৰাজ্যখনত ধাৰাবাহিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নাগালেণ্ডৰ ৰাজধানী চহৰ ক'হিমাৰ অসামৰিক সচিবালয় প্লাজাত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত মুখ্যমন্ত্রী নেইফিউ ৰিঅ'ই ভাষণ দি ৰাজ্যখনৰ বিগত ছয় দশকৰ যাত্ৰাৰ ওপৰত চিন্তা-চৰ্চা কৰিব ৷ নাগালেণ্ডৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শাসন ব্যৱস্থা আৰু শিক্ষাৰ উন্নতিৰ লক্ষ্যৰে ক...