September 21, 2025 8:15 PM
35
আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱসে সদভাৱ, ন্যায় আৰু মিলা প্ৰীতি অধিক শক্তিশালী কৰাৰ বাবে সকলোকে অনুপ্ৰেৰণা যোগাব বুলি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ আশা প্ৰকাশ
আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস উপলক্ষে এখন শান্তিপূর্ণ বিশ্ব গঢ়াৰ ক্ষেত্ৰত সকলোৰে সমান দায়িত্ব আছে বুলি আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই দোহাৰে। এই দিৱসে সদভাৱ, ন্যায় আৰু মিলা প্ৰীতি অধিক শক্তিশালী কৰাৰ বাবে সকলোকে অনুপ্ৰেৰণা যোগাব বুলি শ্ৰীৰিঅ'ই আশা প্ৰকাশ কৰে। উপ- মুখ্যমন্ত্রী ৱাই পেনেও শান্তি দিৱস উপলক্ষে সকলো নাগৰিককে দয়া, সহযোগিতা আৰু ভাৱ বিনিময়ৰ ক্ষেত্ৰত থকা তেওঁলোকৰ উমৈহতীয়া দায়বদ্ধতাৰ ক্ষেত্ৰত নতুনত্ব আনিবলৈ আহ্বান জনায়। দেশসমূহক একত্ৰিত কৰিব পৰা সমূহীয়া প্ৰচেষ্টাই হওক বা আম...