January 29, 2025 8:07 PM

views 10

জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত চহকী নাগালেণ্ড জৈৱিক কৃষি বজাৰত প্ৰৱেশ

জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত চহকী নাগালেণ্ডে জৈৱিক কৃষি বজাৰত প্ৰৱেশ কৰাৰ লগতে ৰাজ্যখনত ইয়াৰ প্ৰসাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। নাগালেণ্ডৰ পৰম্পৰাগত কৃষি পদ্ধতি জৈৱিক কৃষি পদ্ধতিৰ সৈতে বহুখিনি মিল আছে। ইয়াৰে কৃষকসকলে পৰম্পৰাগত জ্ঞান বুদ্ধিৰে কৃষি শস্য উৎপাদন কৰাৰ লগতে জৈৱ বৈচিত্ৰও সংৰক্ষণ কৰি আহিছে। আমাৰ আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে, নাগালেণ্ডৰ ২৪১ খন গাওঁত প্ৰায় ১৩ হাজাৰ ৫০০ হেক্টৰ ভূমিত ১৩,৫০০গৰাকী কৃষক জৈৱিক কৃষিকাৰ্যত নিয়োজিত হৈছে। এই কৃষকসকলে সানমিহলি শস্য, ধান, জলকীয়া, বিলাহী, মাকৈ আ...