September 20, 2024 1:26 PM

views 10

নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰত নদী উৎসৱ ২০২৪ উদ্বোধন

ভাৰতৰ নদীসমূহৰ তাৎপৰ্যক উদযাপন কৰি কালি নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (আই জি এন চি এ)ত নদী উৎসৱ ২০২৪ উদ্বোধন কৰা হয়। এখন নদীৰ উপাদান আৰু ইয়াৰ আশে-পাশে থকা সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ‘ৰিভাৰ্ছ ইন ৰিভাৰ্ছ: মেকিং অৱ এ লাইফলাইন' শীর্ষক বিষয়বস্তুৰ অধীনত এইবেলি নদী উৎসৱৰ ৫ম সংস্কৰণ উদযাপন কৰা হৈছে। তিনিদিনীয়া নদী উৎসৱৰ প্ৰথম দিনটোত কানসাবতী নদীৰ ফটো-প্ৰদৰ্শনী, নাওৰ সুকীয়া প্ৰদৰ্শন, ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা চিত্ৰ প্ৰদৰ্শনী আদি অনুষ্ঠিত হয়। আই জি এন চি এৰ সম্পাদক ড০ সচ্চিদানন্...